Artificial Flood In Ranghar Campus:
এজাক বৰষুণত বুৰ গ’ল শিৱসাগৰ চহৰৰ বহু অঞ্চল ৷ আনকি কৃত্ৰিম বানত জলমগ্ন ঐতিহাসিক ৰংঘৰৰ চৌহদ ৷ উল্লেখ্য যে দাঁতিকাষৰীয়া অঞ্চল বেদখলৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হয় ৰংঘৰ চৌহদ ৷ এই সন্দৰ্ভত স্থানীয় সচেতন মহলে শিৱসাগৰ পৌৰসভা আৰু প্ৰত্নতত্ত্ব বিভাগক দৃষ্টিগোচৰ কৰি অহাৰ পিছতো কোনো সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ উদ্থাপিত হৈছে ৷
