ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ মাতৃ বীণা ভট্টাচাৰ্য্যৰ দেহাৱসান

IMG 20250624 012051

ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ মাতৃ বীণা ভট্টাচাৰ্য্যৰ দেহাৱসান।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ ।

গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে সমুজ্জ্বল ভট্টাচাৰ্য্যৰ মাতৃ বীণা ভট্টাচাৰ্য্যই।

তেওঁ মৃত্যুত শোক প্ৰকাশ কৰে কৃষক নেতা অখিল গগৈয়ে। সামাজিক মাধ্যমৰ এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে,” ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ মাতৃ বীণা ভট্টাচাৰ্য্যৰ আইৰ মৃত্যুত গভীৰভাৱে মৰ্মাহত হৈছোঁ আৰু সমুজ্জ্বল তথা তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”

Exit mobile version