Drugs:✒️যোৰহাটৰ অজন্তা বাইপাচত আটক ড্ৰাগছ পেডলাৰ।আটকাধীন ড্রাগছ পেডলাৰ দুটা নাম কাচিম আলি আৰু বতি পাল।
জব্দকৃত ড্ৰাগছৰ পৰিমাণ প্রায় ২৪ গ্রাম। উল্লেখ্য যে,দুয়োটা ধৃত ড্রাগছ পেডলাৰে সন্দেহজনক ড্রাগছখিনি লৈ যোৰহাট নগৰৰ দিশে গতি কৰিছিল।
AS06AH 6340 নম্বৰৰ এখন ৰয়েল এন্ডফিল্ডৰ বাহনে আহিছিল ড্ৰাগছ সৰবৰাহকাৰী দুটা ।
