Bongaigaon drugs Seized:বঙাইগাঁৱৰ চৌৰাগুৰীত আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে

DRUGS O

Bongaigaon drugs Seized:

শুক্ৰবাৰে বঙাইগাঁৱৰ চৌৰাগুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষীৰ অভিযানত পাঁচটা ড্ৰাগছ কণ্টেনাৰ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

জানিব পৰা মতে চিৰাং জিলাৰ বিজনী কাৱাতিকাৰ মচিউৰ ৰহমান নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে বঙাইগাঁও জিলাৰ চৌৰাগুৰীত পাঁচটা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ সহ আটক কৰে ।

Exit mobile version