Basistha Police:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ সৰবৰাহকাৰী

basi

Basistha Police:

ড্ৰাগছৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে তীব্ৰ কৰি তুলিছে অভিযান ৷ এই অভিযান অব্যাহত থকাৰ মাজতে বশিষ্ট আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী

গোপন খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে যোৱা নিশা খানাপাৰাত অৰ্তকিতে অভিযান চলাই ৩১.৯৬ গ্রাম হেৰ’ইন সহ ব্ৰজেন বৈশ্য নামৰ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীজনৰ ঘৰ বাক্সাত ৷

Exit mobile version