Fake Note Seize: মহানগৰীত উৎখাত জাল নোট ব্যৱসায়ী চক্র

দিছপুৰ ল'জৰ পৰা গ্ৰেপ্তাৰ তিনি নকল নোটৰ সৰবৰাহকাৰীক

dispur lodge

Fake Note Seize:

মহানগৰ আৰক্ষীৰ অভিযানত উৎখাত জাল নোট ব্যৱসায়ী চক্র ৷ দিছপুৰ বিধায়ক আৱাসৰ সমীপতে থকা দিছপুৰ ল’জত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই জাল নোটসহ গ্ৰেপ্তাৰ কৰে তিনিজন কুখ্যাত জাল নোট ব্যৱসায়ীক ৷

উল্লেখ্য যে,আটকাধীন জাল নোট ব্যৱসায়ী কেইজনে আন এটা জাল নোট চক্ৰক নকল নোট খিনি বিক্ৰীৰ বাবে লৈ আনিছিল লখিমপুৰৰ বঙালমৰাৰ পৰা ৷

সেই অনুসৰি জাল নোটৰ চক্ৰটোৱে বাহৰ পাতি আছিল দিছপুৰ ল’জত ৷ দিছপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জাল নোট সৰবৰাহকাৰী তিনিজনক জেৰা চলাইছে ।

Exit mobile version