Digboi :ৰাজ্যজুৰি উচ্ছেদ অভিযান চলাই থকাৰ সময়তেই ডিগবৈত অবৈধ সন্দেহজনক লোকক লৈ তীব্ৰ উত্তেজনা

protest

Digboi :

ৰাজ্যজুৰি উচ্ছেদ অভিযান চলাই থকাৰ সময়তেই ডিগবৈত অবৈধ সন্দেহজনক লোকক লৈ তীব্ৰ উত্তেজনা। সন্দেহযুক্ত নাগৰিকক লৈ উত্তপ্ত পৰিস্থিতি ডিগবৈ পাৱৈ নৱজ্যোতি গাঁও। সন্দেহযুক্ত ৬ শ্ৰমিকক আটক কৰি আৰক্ষীক গতাই দিয়ে।

মাথো কেইটামান বছৰৰ ভিতৰতেই নৱজ্যোতি গাঁৱত বহু সন্দেহ জনক নাগৰিকে বসবাস কৰিবৰ বাবে স্থায়ী বাসগৃহ ধৰ্মীয় অনুষ্ঠান নিৰ্মাণ কৰাক লৈ তীব্ৰ উত্তেজনা। শ্ৰমিক কেইজনে নিশা অনৈতিক কাম কৰাৰ‌ অভিযোগ । নৱজ্যোতি গাঁৱত ইচলাম ধৰ্ম চৰ্চা আৰু প্ৰসাৰৰ বাবে গোপনে নিৰ্মান কৰা মছজিদ উঠাই দিবলৈ দাবী স্থানীয় লোকৰ‌। পৰিস্থিতি অৱনতি ঘটাৰ আশংকা।

Exit mobile version