Farry Accident:
লখিমপুৰৰ চেলেক ধুনাগুৰি ঘাটত অঘটন ৷ লখিমপুৰৰ পৰা মাজুলী অভিমুখে আহিবলৈ ধুনাগুৰি ঘাটত ফেৰীত উঠাওতেই সংঘটিত হয় দুৰ্ঘটনাটো।
অত্যধিক বোজাৰ বাবে ফেৰীত গাড়ী উঠোৱা কাঠ ভাগি গাড়ীৰ পাছৰ অংশ পানীত পৰি যায় কথমপি ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰে গাড়ীখন৷ততাতৈয়াকৈ ফেৰীৰ কৰ্মচাৰী আৰু ঘাটত থকা লোকসকলে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গাড়ী খনত বোজা আছিল অত্যাধিক । পিছত সুকলমে মাজুলী পায় গাড়ীখন।
