Women Drugs Paddlar Arrested in Dhing:ধিং আৰক্ষীৰ জালত কুখ্যাত মহিলা ড্রাগছ মাফিয়া

dhing

Women Drugs Paddlar Arrested in Dhing:

নগাঁও জিলাৰ ধিঙৰ পাশ্বৱৰ্তী অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা কুখ্যাত মহিলা ড্রাগছ মাফিয়া এগৰাকী অৱশেষত পৰিল আৰক্ষীৰ জালত । ধিং আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অৰ্তকিতে অভিযান চলাই ড্রাগছ মাফিয়া ৰুকচানা বেগমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ বাবে মাফিয়া গৰাকীক আৰক্ষীয়ে জেৰা চলাইছে।

Exit mobile version