FASTag Annual Pass: দেশজুৰি আৰম্ভ হ’ল বার্ষিক FASTag পাছ প্রক্রিয়া

first

FASTag Annual Pass:

যানবাহন থকা সকলৰ বাবে এটা ভাল খবৰ। দেশ জুৰি আৰম্ভ হ’ল বার্ষিক FASTag পাছ ব্যৱস্থা ৷ স্বাধীনতা দিৱস দিনটোৰ পৰাই এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আৰম্ভ কৰা বার্ষিক FASTag পাছ ব্যৱস্থাৰ জৰিয়তে লাভাম্বিত হ’ব যানবাহনৰ মালিক সকল । এবছৰৰ বাবে ক্ৰয় কৰিবলগীয়া কাৰ্ডৰ মূল্য ৩০০০হেজাৰ টকা ৷

উল্লেখ্য যে এই ব্যৱস্থা প্ৰযোজ্য হ’ব দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ- ৰাষ্ট্ৰীয় এক্সপ্ৰেছ হাইৱেৰ প্ৰায় ১,১৫০টা টোল প্লাজাত ৷ যানবাহনৰ গৰাকী সকলে আগতীয়াকৈ বাৰ্ষিক FASTag ল’ব পাৰিব ৷

Exit mobile version