Titabar:
যোৰহাট জিলাৰ তিতাবৰত সংঘটিত লাভ জেহাদৰ ঘটনা ৷ গো-মাংস ভক্ষণ নকৰা আৰু বোৰ্খা পৰিধান নকৰাৰ বাবেই অন্তঃসত্বা হিন্দু পত্নীক স্বামীয়ে নিৰ্মম অত্যাচাৰ কৰাৰ অভিযোগ উদ্থাপিত হৈছে ৷
তিতাবৰ চহৰৰ পূৱালী নগৰৰ নুৰ ৰহমান নামৰ যুৱকজনে বায়েকৰ লগ লাগি অন্তঃসত্বা পত্নীৰ পেটত আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ৷ আনহাতে স্বামী আৰু তেওঁৰ বায়েকৰ প্ৰহাৰত সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে অভিযুক্ত নুৰৰ পত্নীক ৷
