Abhimanyu Das arrested in connection with fraud:প্রবঞ্চনাৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ বিতৰ্কিত অভিমন্যু দাস

বিজেপি নেত্রী ইন্দ্রানী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰে নামসাঙোৰ খাইছিল অভিমন্যুৰ

Sequence 010 5

Abhimanyu Das arrested in connection with fraud:

পুনৰ আৰক্ষীৰ জালত বহু বিতৰ্কিত অভিমন্যু দাস। ট্রাক-ডাম্পাৰ চুৰিৰ অভিযোগত অভিমন্যুক নিশা মহানগৰীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে গোৱালপাৰাৰ আগিয়া আৰক্ষীয়ে ৷ আটকাধীন অভিমন্যুৰ বিৰুদ্ধে ৰজু হৈছিল ধাবাত পিষ্টল উলিয়াই গুণ্ডাগিৰি কৰাৰ অভিযোগ ৷ উল্লেখ্য যে,গুৱাহাটীৰ বিজেপি নেত্রী ইন্দ্রানী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খাইছিল অভিমন্যুৰ ৷

Exit mobile version