মুম্বাইৰ সমীপত বহুমহলীয়া অট্টালিকা ভাঙি কমেও তিনি জনৰ মৃত্যু!

Mumbai Building

Mumbai:✒️মুম্বাইৰ সমীপৰ ভিৰাৰত বহুমহলীয়া অট্টালিকাৰ এটা অংশ ভাঙি কমেও তিনিজন লোকৰ মৃত্যু । এতিয়াও বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে । ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান ।

প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে নজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে,মঙলবাৰে গভীৰ নিশা ঘৰটো ভাঙি পৰা বুলি দাবী কৰা হৈছে।

Exit mobile version