Fashion designer Sanjusta Dutta:৮২ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ৰেড কার্পেটত সংযুক্তা দত্তৰ পোছাক পৰিধান মিছ ইটালী মিকা হাৱার্ডৰ

s2

Fashion designer Sanjusta Dutta:

পুনৰ আন্ত:ৰাষ্ট্ৰীয় মঞ্চত উজ্জ্বলি উঠিল অসম জীয়ৰী ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত ৷ ইটালীৰ ভেনিচত অনুষ্ঠিত ৮২ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ৰেড কার্পেটত সংযুক্তা দত্তৰ দ্বাৰা প্ৰস্তুত কৰা ব্যতিক্ৰম পোছাক পৰিধান কৰিলে মিছ ইটালী মিকা হাৱার্ডে ৷
সংযুক্তা দত্তৰ পোছাক পৰিধান কৰি মিছ ইটালী মিকা হাৱার্ডে ৰেড কার্পেটত থিয় হৈ বিভিন্ন ভংগীমাৰে ফটোৰ বাবে দিয়ে প’জ ৷ সংযুক্তাৰ পোছাকে মুগ্ধ কৰিলে সকলোকে ৷
Exit mobile version