tamulpur

Tamulpur Elephant Attack:

তামুলপুৰৰ ভূটান সীমান্তৰ দেৱীনগৰত বনৰীয়া হাতীৰ উপদ্ৰৱ I

কেইবাটাও পৰিয়ালৰ বাস গৃহ ভাঙি লণ্ড ভণ্ড I

হাতীৰ আক্ৰমনত আক্ৰানত নিহত বুধু ৰাই মূৰ্মু(55) নামৰ এজন লোক i

নিশা বনৰীয়া হাতীয়ে ঘৰ ভাঙি থাকোতে হাতী খেদিবলৈ যাওতে হাতীৰ আক্ৰমনত নিহত হয় লোকজন I

Exit mobile version