Lurinjyoti Gogoi :দিল্লীয়ে থলগিৰী অসমীয়াক ৰাজনৈতিক ভাৱে নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে : লুৰীণজ্যোতি গগৈ

lurin

Lurinjyoti Gogoi :

পুনৰ ১০ বছৰ বৃদ্ধি কৰা হ’ল কা’ৰ অধীনত  আবেদনৰ ম্যাদ I কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছতে জাঙুৰ খাই উঠিল অসমৰ দল-সংগঠন ৷ অসম জাতীয় পৰিষদে কেন্দ্ৰৰ এই সিদ্ধান্ত তীব্ৰ বিৰোধীতা কৰি লুৰীণজ্যোতি গগৈয়ে কয়, দিল্লীয়ে থলগিৰী অসমীয়াক ৰাজনৈতিক ভাৱে নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে I নাগৰিকত্ব আবেদনৰ সময়সীমা ১০ বছৰ বৃদ্ধি কৰা কাৰ্যক কেতিয়াও মানি লব নোৱাৰি I অসমৰ ৰাইজে এই আইনৰ বিৰুদ্ধে আগতেও মাত মাতি আহিছে, এতিয়াও মাত মাতিব I মুখ্যমন্ত্ৰীৰ কথাৰ অৰ্থ নাই । মুখ্যমন্ত্ৰীৰ কথাৰ মতে কাম নহয় I

Exit mobile version