Accident in samaguri : পথ দুৰ্ঘটনা
✒️নগাঁৱৰ চামগুৰিৰ হেমাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা
✒️চকা ফুটাৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত বাগৰি পৰিল kia বাহন খন
✒️দিল্লীৰ পৰা চিকিৎসা কৰি উভতি অহাৰ পথত সংঘটিত হৈছে দুৰ্ঘটনাটো
✒️দুৰ্ঘটনাটোত পুৰুষসহ এগৰাকী মহিলা গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়
✒️ঘটনাস্থলীতচামগুৰি আৰক্ষী উপস্থিত হৈ আঘাত প্ৰাপ্ত লোক কেইজনক NMCH লৈ প্ৰেৰণ কৰে
✒️দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে T0825AS0196B
