Guwahati:মহানগৰীৰ লালামাটিত চোৰাংচাউল সহ ট্ৰাক জব্দ,দুজনক আটক

Guwahati:

মহানগৰীৰ লালামাটি চোৰাং চাউল সহ ট্ৰাক জব্দ ৷ বশিষ্ঠ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত এখন ট্ৰাকত তালাচী চলাই বহু পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ চাউল জব্দ কৰাৰ লগতে আনোৱাৰ হুছেইন আৰু আব্দুল হাই নামৰ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুই সৰবৰাহকাৰীক জেৰা চলাইছে ৷

Exit mobile version