Assamese girl sets world record in Mumbai for Bihu dance:
✒️বিহু নাচেৰে মুম্বাইত বিশ্ব অভিলেখ অসম কন্যাৰ
✒️৩০ ছেকেণ্ডত ৭২ বাৰ বিহু নাচত টাকুৰি ঘূৰি অভিলেখ দিদৃক্ষা সোণোৱালৰ
✒️বৰ্ল্ড ওৱাইড বুক অব্ ৰেকৰ্ডছ’ আৰু ‘গোল্ডেন বুক অব্ বৰ্ল্ড ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত দিদৃক্ষাৰ
✒️দিদৃক্ষা সোণোৱাল কৰ্মসূত্ৰে মুম্বাইৰ বাসিন্দা
✒️গুৱাহাটীৰ মালিগাঁৱত পৈত্ৰিক ঘৰ দিদৃক্ষাৰ
✒️বৰ্ল্ড ওৱাইড বুক অব্ ৰেকৰ্ডছ’ আৰু ‘গোল্ডেন বুক অব্ বৰ্ল্ড ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত দিদৃক্ষা
