Artificial Flood:শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি পৰ্বক ম্লান কৰিলে এজাক মুষলধাৰ বৰষুণে

flood

Artificial Flood:

বুধবাৰে বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা
শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি পৰ্বক ম্লান কৰিলে এজাক মুষলধাৰ বৰষুণে
পুৱাৰে পৰা অব্যাহত থকা বৰষুণত পুনৰ বুৰিল গুৱাহাটী মহানগৰৰ বহু অঞ্চল
কাহিলীপাৰা- জটিয়া ৰাজপথত সাগৰ সদৃশ পৰিস্থিতি
যানবাহন চলাচল হৈ পৰে ব্যাহত
Exit mobile version