Dhubri: ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি

lina

Dhubri:

✒️ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি

✒️গোলকগঞ্জত আক্ৰাছুৰ উদ্যোগত জনজাতিকৰণৰ দাবীত ৰূপায়ণ কৰা জোঁৰ সমদলকাৰীৰ ওপৰত আৰক্ষীয়ে কৰিছিল লাঠিচাৰ্জ৷

✒️প্ৰতিবাদকাৰীৰ ওপৰত কৰা লাঠিচাৰ্জৰ বাবে শাস্তিমূলক বদলি এছএছ পি গৰাকীৰ

✒️লাঠিচাৰ্জৰ বাবে ইতিমধ্যে নিলম্বন হৈছিল গোলকগঞ্জ থানাৰ অ’চি দেৱজিৎ কলিতা

✒️ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল গৌৰীপুৰ থানাৰ অ’চি চিৰঞ্জীৱ লাহনক

Exit mobile version