Silchar:
শিলচৰৰ ষষ্ঠ অসম পুলিচ বেটেলিয়নত চাঞ্চল্যকৰ ঘটনা৷ নিজৰ চাৰ্ভিচ ৰাইফলেৰে মূৰত গুলীয়াই আত্মহনন এজন জোৱানৰ ৷
পশ্চিম কাটিগড় মহাদেৱপুৰ ৱাচ পোষ্টত কৰ্মৰত অৱস্থাত আত্মহনন কৰা লেন্স নায়কজনৰ নাম ৰিপুল বৰ্মনৰ ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷
