Daily Horoscope:✒️মেষ: ভ্রমণত বাধা আছে। পিতৃৰ আকস্মিক শৰীৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা ক্ষেত্ৰত পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব। শুভৰং কমলা।
বৃষ: খৰচৰ মাত্ৰা কিছু পৰিমাণে বাঢ়িব। বিয়া-বাৰুৰ যোগাযোগত বাধা পাব। পৰীক্ষাৰ্থীৰ বাবে পঢ়িব লাগিব। শুভ ৰং ৰঙা।
মিথুন: কর্মত অগ্রগতি। দিনটোত বন্ধুবৰ্গৰ পৰা অকৃত্রিম সহায় লাভ। মাংগলিক কৰ্মত খৰচ বৃদ্ধি হ’ব। বিদ্যাত সিমান ভাল দেখা নাযায়। শুভ ৰং গেৰুৱা।
কর্কট: স্বাস্থ্য ঠকেই থাকিব। প্রেমত বাধা। নিজৰ আত্মীয়ৰ আৰোগ্য লাভ। সামাজিক ব্যস্ততা বৃদ্ধি হ’ব। শিক্ষার্থীৰ বাবে দিনটো ভাল। শুভৰং মেৰুণ।
সিংহ: সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ঋণ বিনিয়োগ কৰাব স্থিৰ সিদ্ধান্ত ল’ব পাৰে। প্ৰেমত শুভ। শুভ ৰং ৰঙা।
কন্যা: কর্মপ্রার্থীয়ে ধৈৰ্য্যৰ পৰীক্ষা দিব লাগিব। প্রেমত ভাল। স্বাস্থ্য মজলীয়া। মাটি-বাৰীক লৈ বিবাদ হোৱাৰ আশংক্ষা আছে। শুভ ৰং চিলভাৰ।
তুলা: পত্নীৰ সহযোগ লাভ কৰিব। পুৱা আৰু ৰাতি হনুমান চালিছা পাঠ কৰিব। শুভ ৰং নীলা।
বৃশ্চিক: শিল্পীসকলে নানা ফালেদি অর্থ আৰু সন্মান অৰ্জন কৰিব। ব্যৱসায় ভিত্তিক উত্থান-পতন। আর্থিক লাভৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব। চাকৰিয়ালৰ ব্যক্তিগতভাৱে দিনটো বেয়া নাযাব। শুভ ৰং সেউজীয়া।
ধনু: দেউতাৰ শৰীৰৰ যত্ন লোৱা উচিত। ঘৰুৱাত মধ্যম ক’ব পৰা যায়। প্রেমত আশা ভংগ। বিদ্যার্থীয়ে যত্ন কৰক। শুভ ৰং ক’লা।
মকৰ: সন্তানৰ বিবাহৰ যোগ। চুটি ভ্ৰমণৰ যোগ। শনি মন্দিৰত চাকি-ধূপ জ্বলাব। প্রেমত হতাশা। শুভ ৰং পাতল নীলা।
কুম্ভ: কন্যা সন্তানৰ বিবাহৰ সংযোগ। আর্থিকত ভাল ক’ব পৰা যায়। কর্মত অসুবিধা পাব। বিদ্যাত সাফল্য লাভ কৰিব। শুভং সেউজীয়া।
মীন: শৰীৰ ভাল দেখা নাযায়। ভ্রমণ নকৰা ভাল। ব্যৱসায় ভাল চলিব।নতুন যোগাযোগে উপকৃত। প্ৰেমত শুভ। শুভ ৰং হালধীয়া।
