দিনটোৰ ৰাশিফল

images 8

Daily Horoscope:✒️মেষ: পুৰণি চেষ্টাৰ সুফল পাব। কর্মতৎপৰতা বৃদ্ধি। পূব দিশত ভ্রমণ নকৰিব। ব্যয় বৃদ্ধি, ভয় শংকা বৃদ্ধি। শুভ ৰং নীলা। শুভ সংখ্যা ২।

বৃষ: বন্ধুৰ পৰা উৎসাহ পাব। কর্মক্ষেত্ৰত মধ্যম। আঁকোৰগোঁজ মনোভাৱে ক্ষতি কৰিব পাৰে। শনি মন্দিৰ দৰ্শন কৰক। মাখন শুভ ৰং। শুভ সংখ্যা ৬।

মিথুন: জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ কৰিব। কৰ্মত মধ্যম। নিবনুৱাৰ কর্মসংস্থাপনৰ যোগ। মূল্যবান সম্পদ লাভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।

কর্কট: পৰিশ্ৰমৰ উপযুক্ত মর্যাদা পাব। ব্যৱসায়-বাণিজ্যত উন্নতি। শৰীৰৰ কিছু বিষ অনুভৱ হ’ব পাৰে। বিদ্যাত মধ্যম। শুভ ৰং কমলা। শুভ সংখ্যা ৯।

সিংহ: সন্মান বৃদ্ধি। কর্মস্থানত কিছু জটিলতা থাকিব পাৰে। আনৰ পৰা প্রশংসা পাব। ঘৰুৱা মধ্যম। অর্থ লাভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।

কন্যা: ৰাজনৈতিক আৰু সামাজিক শুভ। দূৰ ভ্ৰমণৰ যোগ, কর্মত উন্নত। পাৰিবাৰিক শান্তি। শিৱ মন্দিৰ দৰ্শন কৰক। শুভ ৰং কমলা। শুভসংখ্যা ৭।

তুলা: কর্মস্থানত উন্নতি। বন্ধুৰ পৰা উৎসাহ পাব। কাৰ্যকৰী চিন্তা, খং নকৰিব। পূব দিশত ভ্রমণ নকৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪।

বৃশ্চিক: শত্রু বৃদ্ধি। যান-বাহন ক্ৰয় কৰিব পাৰিব। পানীৰ পৰা সাৱধান। কৰ্মত উন্নতি। শুভ ৰং মাখন। শুভ সংখ্যা ৮।

ধনু: কার্যসিদ্ধি, সৎ আৰু গুণী লোকৰ সান্নিধ্যৰ পৰা উন্নতি লাভ। খৰচ বৃদ্ধি, মামলা-মোকাদৰ্মাৰ পৰা জয় লাভ। শুভ ৰং মাখন। শুভ সংখ্যা ৭।

মকৰ: কাৰ্যক্ষেত্ৰত সম্মান বৃদ্ধি, সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি। প্ৰেমত শুভ। পাৰিবাৰিক শান্তি। শুভ ৰং ক্ৰীম। শুভ সংখ্যা ২।

কুম্ভ: কর্মযোগ্যতা বৃদ্ধি আপোনাৰ সৰলতাত আনে আঘাত কৰিব পাৰে। সোণ ধাৰণ কৰক। খৰচ বৃদ্ধি। শুভ ৰং মাখন। শুভ সংখ্যা ৪।

মীন: শুভ কাম পুৱাৰ ভাগত সম্পন্ন কৰিব। যান-বাহনৰ পৰা কষ্ট হ’ব পাৰে। ধৈর্য শান্তি, উদাৰতা প্রকাশ পাব। বিদ্যাত মাধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৩।

Exit mobile version