Morigaon Police:
আদিত্য বিৰলা কোম্পানীত ভুৱা নথি দাখিল কৰি বৃহৎ ধনৰাশি সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল তিনি চাইবাৰ অপৰাধী ৷
বিশেষ সূত্ৰৰ পমখেদি মৰিগাঁৱৰ ভিন্নস্থানত নিশা মৰিগাঁও আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই তিনি চাইবাৰ অপৰাধী কমলউদ্দিন আহমেদ,আমিৰ হামজা আৰু জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত তিনিওৰে ঘৰ মৰিগাঁৱৰ লাহৰিঘাটত ৷
