Drugs Seized:
মহানগৰী আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷ বিশেষ সূত্ৰৰ পমখেদি জালুকবাৰী আৰক্ষীয়ে আদিল শ্বাহ গলীত অভিযান চলাই জব্দ কৰে নিষিদ্ধ ড্ৰাগছ ৷১০টাকৈ চাবোনৰ বাকচত আছিলো ড্ৰাগছ খিনি এই সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হামিদুল আলী সৰবৰাহকাৰীটোক । আটকাধীন সৰবৰাহটোৰ পৰা নগদ ৫৯,৯০০ টকা জব্দ কৰে আৰক্ষীয়ে। অধিক তথ্যৰ বাবে সৰবৰাহকাৰীটোক ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে।
