Match fixing:সংকটত অসমৰ চাৰি ক্ৰিকেটাৰ !

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰৰ সম্ভাৱনা

WhatsApp Image 2026 01 02 at 2.12.44 PM

Match fixing:

সংকটত অসমৰ চাৰি ক্ৰিকেটাৰ ৷ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ ছৈয়দ মোস্তাক আলী ট্ৰফীত সংঘটিত মেচ ফিক্সিঙৰ অভিযোগত চাৰি ক্রিকেটাৰ ক্ৰমে অমন ত্রিপাঠী, অভিষেক ঠাকুৰীয়া,ঈশান আহমেদ আৰু অমিত সিনহালৈ অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চে দ্বিতীয়খন জাননী জাৰি কৰিছে। উল্লেখ্য যে চাৰি ক্ৰিকেটাৰৰ বিৰুদ্ধে অসম ক্ৰিকেট সন্থাই ক্রাইম ব্রাঞ্চত ১২/২৫ নম্বৰত ৰুজু কৰিছিল গোচৰ ৷

Exit mobile version