Accident:ধুবুৰীৰ হালাকুৰাত শোকাৱহ পথ দুৰ্ঘটনা

দুর্ঘটনাত থিতাতে নিহত এগৰাকী গৰ্ভৱতী মহিলা

WhatsApp Image 2026 02 10 at 11.38.52 AM

Accident:

ধুবুৰীৰ হালাকুৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ট্রাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘর্ষত চাৰিচকীয়া বাহন খনৰ আৰোহী এগৰাকী গৰ্ভৱতী মহিলা থিতাতে নিহত হোৱাৰ বিপৰীতে আন চালকসহ তিনি গৰাকী আৰোহী গুৰুতৰভাৱে আহত হয়। নিহত গৰ্ভৱতী মহিলা গৰাকীৰ নাম লিজা তিয়ৰ ৷ আন আহত সকল হ’ল অঞ্জলী মাঝি, দিলীপ বিন আৰু শুভজিত সাহা ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰাক খন জব্দ কৰে ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক ড্ৰাইভাৰজন ৷

Exit mobile version