Arms Seized in Tezpur:তেজপুৰ আৰক্ষীৰ জালত মাৰণাস্ত্রসহ যুৱক

WhatsApp Image 2026 02 21 at 12.50.59 PM

Arms Seized in Tezpur:

তেজপুৰ আৰক্ষীৰ জালত মাৰণাস্ত্রসহ যুৱক ৷ বিশেষ খবৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে চামধৰা পাঁচমাইলত অৰ্তকিতে অভিযান চলাই এটা ভাড়াঘৰৰ পৰা পইন্ট ২২ পিষ্টল সহ সক্রিয় গুলী সহ এখন তৰোৱাল আৰু খুকুৰি জব্দ কৰে। এই সংক্ৰান্তত ইব্ৰাহিম আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে তেজপুৰ আৰক্ষীয়ে।

Exit mobile version