Mukalmua :
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰস্থিতি লৈ অহাৰ মাজতে মুকালমুৱা আৰক্ষীৰ জালত তিনি এটিএম প্ৰৱঞ্চক ৷ বিশেষ সূত্ৰৰ পমখেদি মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই তিনি কুখ্যাত এটিএম প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ তিনি এটিএম প্ৰৱঞ্চকৰ পৰা ৩৩ খন বিভিন্ন বেংকৰ এটিএম কার্ড, ম’বাইল ফোন আৰু এখন বিলাসী বাহন ৷ মুকালমুৱা আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে তিনি এটিএম প্ৰৱঞ্চক ৷
