Kaliabar:কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত মৌন প্রতিবাদ

WhatsApp Image 2026 02 28 at 2.02.57 PM

Kaliabar:

ৰাজনীতিৰ মেৰপাকত ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ৷ যাৰবাবে এইবাৰ ৰাজপথত কলিয়াবৰীয়া ৰাইজ ৷ দীৰ্ঘদিন ধৰি ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে নিৰ্মাণৰ দাবীত ৰাইজে বাৰম্বাৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰি অহাৰ পিছতো কোনো ফল নধৰাত এইবাৰ প্ৰতিবাদত বহিবলৈ বাধ্য হ’ল ৰাইজ ৷ শনিবাৰে কলিয়াবৰৰ সচেতন ৰাইজে মুখত কলা কাপোৰ বান্ধি এক মৌন প্ৰতিবাদ সাব্যস্ত কৰে I

Exit mobile version