Jayanta khaund:অগপ ত্যাগ বিত্ত সম্পাদক জয়ন্ত খাউণ্ডৰ

ৰঙানদী সমষ্টিৰ দাবীদাৰ আছিল জয়ন্ত খাউণ্ড

WhatsApp Image 2026 03 06 at 6.05.13 PM

Jayanta khaund:

ৰঙানদী সমষ্টিত অগপৰ প্ৰাৰ্থী ৰূপে অগপৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ড অৱতীৰ্ণ হোৱাৰ চৰ্চা চলি থকাৰ মাজতে সমষ্টিটো বিজেপিক এৰি দিয়াটো স্পষ্ট হোৱাত একপ্ৰকাৰ থৰকাচুটি হেৰুৱাই খাউণ্ডে ৷ যাৰবাবে আজি অগপ দল ত্যাগ কৰে খাউণ্ডে ৷ দলৰ সভাপতি অতুল বৰাৰ বাসগৃহত উপস্থিত হৈ নিজৰ পদত্যাগ দাখিল কৰে ৷

আনহাতে প্ৰাপ্ত খবৰ অনুসৰি শীঘ্রেই কংগ্ৰেছত যোগদানৰ সম্ভাৱনা দলত্যাগী নেতা গৰাকীৰ ৷

Exit mobile version