SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

কৰ্তব্যৰত মহিলা কৰ্মচাৰীক নিৰ্যাতন ৰোধৰ বাবে SHe Boxৰ ব্যৱস্থা

WhatsApp Image 2026 03 07 at 2.07.11 PM 1

SHe Box:

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা উপলব্ধ চৰকাৰৰ ৷এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিটো চৰকাৰী বিভাগত উপলব্ধ হ’ব SHe Box ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ অতিৰিক্ত সচিব SHe Boxৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে ৷

উল্লেখ্য যে কৰ্তব্যৰত অৱস্থাত মহিলা কৰ্মচাৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ সঘনাই উদ্থাপিত হৈ থকাত ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ SHe Box ব্যৱস্থা উপলব্ধ কৰিছে ৷

Exit mobile version