All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

WhatsApp Image 2026 03 11 at 1.59.18 PM

All India police atheletic championship :

৭৪ সংখ‍্যক All-India Police Athletics championshipত পুনৰ সোণৰ পদক লাভ অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁইৰ। ৭৩ ৰ সংখ‍্যক All-India police atheletic Championship তো ৰিম্পীয়ে সোণৰ পদক লাভ কৰি ২০২৫ বৰ্ষত আমেৰিকাত অনুষ্ঠিত World police &Fire games ত ৩ টাকৈ সোণৰ পদকেৰে হেট্টিক কৰি ৰেকৰ্ড গঢ়িছিল ৷

এইবাৰ পঞ্জাৱ আৰক্ষীয়ে আয়োজন কৰা ৭৪ সংখ্যক সৰ্বভাৰতীয় আৰক্ষী এথলেটিকছ চেম্পিয়নশ্বিপতো সোণৰ পদক পুনৰ নিজৰ দখলত ৰাখি ৰিম্পীয়ে ২০২৬ ত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া World police &fire games ত আকৌ এবাৰ নিজৰ স্থান নিশ্চিত কৰিলে।

Exit mobile version