Pm Modi Assam Visit:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম আগমন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ভ্ৰমণসূচীৰ প্ৰথম দিনটোত কোকৰাঝাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে শুভাৰম্ভ কৰিব অসম মালা আঁচনিৰ প্ৰকল্প ৷ একেদৰে শুভাৰম্ভ কৰে তিনিখন নতুন ৰে’লৰ।
একেদৰে প্ৰথম দিনটোতে প্ৰধানমন্ত্ৰীয়ে চাহ জনগোষ্ঠীক প্ৰদান কৰিব ভূমিপট্টা ৷ সেই দিনাই মুকলি কৰিব কপিলী জলবিদ্যুৎ প্রকল্প শিলচৰ আৰু আধাৰশিলা স্থাপন কৰিব গুৱাহাটীৰ এক্সপ্ৰেছ ৱে’ৰ ৷
