Bear cub rescued in Kherani:
পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ লামাৰাঙত তিনিটাকৈ ভালুকৰ পোৱালি উদ্ধাৰ। ঝুমখেতি খেতি কৰিবলৈ যোৱা এজন কৃষকে উদ্ধাৰ কৰে পোৱালিকেইটাক। উদ্ধাৰ হোৱা পোৱালি কেইটাক বৰ্তমান খেৰণি বন বিভাগৰ নিৰীক্ষণত ৰাখি প্ৰাথমিক চিকিৎসা সেৱা আৰু গাখীৰ যোগান ধৰি থকা হৈছে।
