Heavy storm in Demow:ডিমৌত আগতীয়াকৈ আগমন বৰদৈচিলা !

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱত বিস্তৰ ক্ষতিসাধন কে'বা খনো গাঁও

WhatsApp Image 2026 03 12 at 11.59.38 AM

Heavy storm in Demow:

ডিমৌত আগতীয়াকৈ আগমন বৰদৈচিলা ৷ বুধবাৰে নিশা অহা প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱত বিস্তৰ ক্ষতিসাধন হয় ডিমৌৰ কে’বা খনো গাঁও । প্ৰবল ধুমুহাত গোহাঁইপুখুৰী, লাচন গাঁও, মিৰিপথাৰ আদি গাৱৰ বহু কেইটা ভাগি পৰে ঘৰ-দুৱাৰ ৷ একেদৰে মৃত্যু হয় পশুধনৰ লগতে বহু পক্ষীৰ ৷ বিশেষকৈ মিৰিপথাৰৰ অম্বুৰুং পাইট আৰু গোহাঁই পুখুৰীৰ লবণ সন্দিকৈ নামৰ দুই গঞাই বাসগৃহ তচনচ কৰে প্ৰচণ্ড ধুমুহাই ৷

Exit mobile version