Increase in toll gate fees:
জনতাৰ ওপৰত পুনৰ ৰামটাঙোন চৰকাৰৰ৷ অনন্যা খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ মাজতে এইবাৰ পুনৰ মাচুল বৃদ্ধি পাব ৰাজ্যৰ টোলগেটত ৷ পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত টোলগেট সমূহত নূন্যতম ৫ টকাৰ পৰা ৩৫ টকালৈ বৃদ্ধি পাব মাচুল ৷এই মাচুল বৃদ্ধিৰ প্ৰভাৱ পৰিব অসমৰ ৭ খন টোলগেটৰে আহযাহ কৰা যানবাহনৰ ওপৰত। ইতিমধ্যে মাচুল বৃদ্ধিৰ যাবতীয় নির্দেশনা জাৰি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷
