AGP Joining:বাজপেয়ী ভৱন এৰি আমবাৰীলৈ ঢাপলি বিজেপি নেতা প্রকাশ দাসৰ

অতুল বৰা- কেশৱ মহন্তৰ উপস্থিতিত অগপত যোগদান

WhatsApp Image 2026 03 16 at 1.30.42 PM

AGP Joining:

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি গৰাখহনীয়া ৷ আছুৰ প্ৰাক্তন নেতা তথা বিজেপি কৰ্মী প্রকাশ দাসে সোমবাৰে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰে ৷ আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত যোগদান কৰে বিজেপিৰ জ্যেষ্ঠ কৰ্মী গৰাকীয়ে ৷ উল্লেখ্য যে প্রকাশ দাস হাজো- শুৱালকুছি আসনত অগপৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে ৷

Exit mobile version