গুৱাহাটীত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, ন্যায়ৰ দাবীত কংগ্ৰেছৰ সুৰ তীব্ৰ

IMG 20260319 WA0069

Zubeen Garg:✒️ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীয়ে ডিমৰীয়া ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত অসমীয়াৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই কাৰ্যসূচীত জিলা সভাপতি স্বপন দাসৰ নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে।

Exit mobile version