ADVERTISEMENT

Tag: China

Galwan : গলৱানত চীনৰ পতাকা উত্তোলন সেনাৰ, চৰকাৰী টুইটাৰৰ দাবীক লৈ বিতর্ক

ভাৰত-চীন সীমান্তত গলৱান উপত্যকাথ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে চীনৰ সেনাই । চীনৰ চৰকাৰী টুইটাৰ হেণ্ডেলৰ পৰা এই সংক্রান্তত এটা ভিডিঅ' ...

Read moreDetails

চীনত সন্তান জন্ম দিলে অভিভাৱকে লাভ কৰিব ঋণ

চীনৰ কেবাখনাে ৰাজ্যই দম্পতীসকলক সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। জিলিন প্ৰদেশত শেহতীয়াভাৱে বেংকে সন্তান জন্ম ...

Read moreDetails

Dog’s Birthday: ১১ লাখ টকা খৰচ কৰি জাকজমকে উদযাপন কৰিলে পোহনীয়া কুকুৰৰ জন্মদিন

বহুতেই তেওঁলোকৰ নিজৰ সন্তানৰ জন্মদিন অতি ধুমধামেৰে উদযাপন কৰে। কিছুমানে আনকি পোহনীয়া জন্তুৰ জন্মদিনো উদযাপন কৰে। কিন্তু আপুনি কেতিয়াবা শুনিছে ...

Read moreDetails

চীনৰ চৰকাৰে বন্দী কৰি ৰাখিছে ১২৭জন সাংবাদিকক

চীন চৰকাৰে দেশখনত ১২৭জন পেছাদাৰী আৰু অপেছাদাৰী সাংবাদিকক কাৰাগাৰত বন্দী কৰি ৰাখিছে । জি জিনপিং চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, ...

Read moreDetails

বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ চীনত হ্ৰাস পাইছে বিবাহৰ সংখ্যা

বিশ্বৰ সবাতােকৈ জনবহুল দেশ চীনত জনসংখ্যা ক্রমে হাস পাবলৈ ধৰিছে। জন্মৰ হাৰ হ্রাসৰ লগতে দেশখনত বিবাহৰ সংখ্যাও সম্প্রতি হ্রাস পাইছে। ...

Read moreDetails

উইঘূৰৰ ওপৰত অমানুষিক অত্যাচাৰ চীনৰ : নতুন ভিডিঅ’ হ’ল ভাইৰেল

চীনত সংখ্যালঘু উইঘূৰ মুছলমানৰ ওপৰত নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বিশ্বৰ বিভিন্ন দেশে উদ্বেগ প্ৰকাশ কৰি আহিছে । অৱশ্যে চীনে ...

Read moreDetails

আমেৰিকাৰ ‘গণতন্ত্ৰ’ আলোচনাচক্ৰলৈ আমন্ত্ৰিত ভাৰত-টাইৱান,আমন্ত্ৰণ জনোৱা নাই চীন-ৰাছিয়াক

আমেৰিকাই ক্ষয়িষ্ণু গণতন্ত্ৰ সুৰক্ষিত কৰাৰ ওপৰত এখন আলোচনা চক্ৰৰ আয়োজন কৰিছে । ডিচেম্বৰত 'ছামিট ফৰ ডেমক্ৰেছি 'লৈ আমন্ত্ৰিত ভাৰতলৈ। তাৎপৰ্যপূৰ্ণভাৱে,এই ...

Read moreDetails

সংযুক্ত আৰবত গােপনে সামৰিক ঘাটি নির্মাণ চীনৰ, আমেৰিকাৰ বাধা

সংযুক্ত আৰব এমিটেছৰ এটা বন্দৰত চীনে গােপনে সামৰিক কেন্দ্র স্থাপনৰ যােজাচলােৱাৰ তথ্য ফাদিল কৰিলে আমেৰিকাৰ চোৰাংচোৱাই। উল্লেখ্য যে সংযুক্ত আৰবক ...

Read moreDetails

গৱেষণাগাৰ নহয়,উহানৰ বজাৰৰ পৰাই বিয়পিছিল কৰ’না: নতুন তথ্য বিজ্ঞানীৰ

গৱেষণাগাৰৰ পৰা নহয়, চীনৰ উহানত থকা মাংসৰ বজাৰৰ পৰাহে মানৱ দেহলৈ কৰ'নাৰ প্রথম সংক্রমণ ঘটিছিল। ক'ভিড সংক্ৰমণৰ আৰম্ভণিৰ সন্দৰ্ভত এইদৰে ...

Read moreDetails

মানৱ অধিকাৰ প্ৰশ্নত চীনত শীতকালীন অলিম্পিক ‘কূটনৈতিক বয়কট’ কৰিব আমেৰিকাই !

আগন্তুক বৰ্ষত চীনত অনুষ্ঠিত শীতকালীন অলিম্পিক কূটনৈতিক বয়কট কৰিব পাৰে আমেৰিকাই । বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে এই কথা জনায় ...

Read moreDetails
Page 12 of 21 1 11 12 13 21