হলিউডৰ ছবিত ব্যৱহাৰ কৰা হ’ব হিন্দী সংগীত শিল্পী বাপি লাহিড়ীৰ গীত ।মাৰ্ভেলৰ পৰৱৰ্তী ছুপাৰহিৰোৰ ছবিত লাহিড়ীৰ গীত ব্যৱহাৰ কৰা হ’ব। এই সন্দৰ্ভত আনুষ্ঠানিক ব্যৱস্থাপনাৰ বাবে অহা এপ্ৰিলত লাহিড়ী হলিউডলৈ যাব । উল্লেখ্য যে পূৰ্বেও হলিউডৰ ছবিত লাহিড়ীৰ গীত ব্যৱহাৰ হৈছিল ।’গাৰ্ডিয়ানছ অৱ দ্য গেলেস্কী-2′ ছবিখনৰ হিন্দী সংস্কৰণত ‘লাহিড়ীৰ ঝুম ঝুম ঝুম বাবা’ গীতটি পৰিৱেশন কৰা হৈছিল ।
হলিউডৰ ছবিত ব্যৱহাৰ হ’ব বাপি লাহিড়ীৰ গীত
-
By admin
- Categories: Entertainment, News
Related Content
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা 'মহাবীৰ একুৱা' বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
By
publisher
April 29, 2026
Batadrava Than Pressmeet:১ মে'ত বটদ্ৰৱাত অনুষ্ঠিত হ'ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
By
publisher
April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
By
publisher
April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
By
publisher
April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ'ল ৪টা বনৰীয়া ম'হ
By
publisher
April 29, 2026