Home News বশিষ্ঠ দেৱ শৰ্মালৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা, যোগনন্দ গোস্বামী- ড• সুনীল কোঠাৰীলৈ মাধৱদেব বটাঁ ,হৰেকৃষ্ণ মহন্তলৈ কালীচৰণ ব্ৰহ্ম বটাঁ By admin 6 years Ago ShareShareShareShare ৰাজ্য চৰকাৰে আজি ২০১৭ ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, ২০১৬ আৰু ২০১৯ৰ শ্ৰী শ্ৰী মাধৱদেৱ বটাঁ আৰু ২০১৮ ৰ কালীচৰণ ব্ৰহ্ম বটাঁ প্ৰাপকৰ নাম ঘোষণা কৰে।দেশ তথা ৰাজ্যৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মালৈ ।আনহাতে অনুৰূপ অৱদানৰ বাবে ২০১৬ আৰু ২০১৯ ৰ শ্ৰী শ্ৰী মাধৱদেৱ বটাঁ আগবঢ়োৱা হৈছে ক্ৰমে শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যোগদানন্দ গোস্বামী আৰু পণ্ডিত ,সমালোচক ড• সুনীল কোঠাৰীলৈ । ২০১৮ ৰ কালীচৰণ ব্ৰহ্ম বটাঁ আগবঢ়োৱা হৈছে ওদালগুৰি বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ। Share this: Categories: News Related Content Minister Bimal Bora at the Assam Pavilion of the International Trade Fair:নতুন দিল্লীৰ আই আই টি এফত অসম দিৱস By publisher November 22, 2024 Counting for Bye-Elections to five Assembly Constituencies of Assam to be held tomorrow:অসমত কালিলৈ অনুষ্ঠিত হ'ব ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা By publisher November 22, 2024 Putin sends animals to Kim to boost ties with North Korea:উত্তৰ কোৰিয়াৰে ঘনিষ্ঠতা বৃদ্ধি ৰাছিয়াৰ, কীমলৈ জন্তু প্ৰেৰণ পুটিনৰ By publisher November 22, 2024 Delhi has been polluted for 122 days this year:দিল্লীত চলিত বর্ষত ১২২ দিনতে প্ৰদূষণৰ ত্ৰাস By publisher November 22, 2024 Pakistan is forced to launch an operation against terrorists under pressure from China:চীনৰ হেঁচাত সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ বাধ্য হ'ল পাকিস্তান By publisher November 22, 2024 Dead leopard found in Guwahati:কংক্ৰিট মহানগৰীত উদ্ধাৰ মৃত নাহৰফুটুকী By publisher November 22, 2024