Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

publisher by publisher
May 13, 2025
in Assam, News
Reading Time: 1 min read
0
Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Pm Modi:যুদ্ধবিৰতিৰ পাছত পুনৰ হুংকাৰ মোদীৰ

Hindu Surakhya Senaa:

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্র মোদী চৰকাৰক আহব্বান জনাইছে ৰাষ্ট্ৰবাদী ভাবধাৰাৰ অগ্ৰণী জাতীয় সংগঠন হিন্দু সুৰক্ষা সেনা, অসমে।

ADVERTISEMENT

ভাৰত-পাক সামৰিক সংঘাত আৰু আকস্মিক যুদ্ধবিৰতি সন্দৰ্ভত মন্তব্য দি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথে কয় যে- দশক দশক ধৰি অজস্ৰ ভাৰতীয় সৈনিক আৰু সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি নিয়াৰ উপৰি ভাৰতৰ বিপুল আর্থিক ক্ষতি সাধন কৰা পাকিস্তানী ছায়াযুদ্ধ স্থায়ীভাবে বন্ধ কৰি দিয়াৰ এটা বিৰল সুযোগ এইবাৰ ভাৰতীয় সেনাই আনি দিয়াৰ পাছতো প্রধানমন্ত্রী মোদীয়ে যেনেদৰে এক অপ্রত্যাশিত তথা অবাঞ্ছিত যুদ্ধবিৰতিৰ দ্বাৰা সেই সুযোগৰ অপচয় কৰিলে, সেয়া অক্ষমণীয়।
বিবৃতিটোত নাথে কয় যে- বিগত অৰ্ধ শতাব্দীৰো অধিক কালজুৰি পাকিস্তানে ভাৰতৰ বিৰুদ্ধে চলাই থকা ছায়াযুদ্ধ (যিখন যুদ্ধত ভাৰতে পৰম্পৰাগত যুদ্ধতকৈও অধিক সামৰিক-অসামৰিক লোক আৰু সম্পদ হেৰুৱাইছে) স্থায়ীভাবে শেষ কৰাৰ স্বাৰ্থতে দুয়ো দেশৰ মাজত এখন পূর্ণ পৰ্যায়ৰ যুদ্ধৰ প্রয়োজন আছিল; যাতে এই দেশে পৰৱৰ্তী দিনবোৰত ইছলামিক সন্ত্রাসবাদৰ বলি হৈ নিজৰ আৰু অধিক মানৱ সম্পদ তথা বৈষয়িক সম্পদ হেৰুৱাব লগা নহয়। অথচ ইমানৰ পিছতো পাকিস্তানী ৰাষ্ট্ৰযন্ত্ৰৰ ৰাজহাড় আৰু পাকিস্তানী সামৰিক তন্ত্ৰৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে ধ্বংস কৰি নেপেলোৱাকৈয়ে নতুন দিল্লীয়ে সাম্প্রতিক যুদ্ধ বা অপাৰেশ্বন সিন্দুৰৰ সমাপ্তি ঘটালে (অপাৰেশ্বন সিন্দুৰ এতিয়াও চলি আছে বুলি কোৱাটো অর্থহীন)। এতিয়া নিশ্চিতভাৱে পৰৱৰ্তী এক-ডেৰ বছৰৰ ভিতৰতে ভাৰতত আকৌ ইছলামিক সন্ত্রাসবাদীৰ তাণ্ডৱ আৰম্ভ হ’ব। এই যুদ্ধৰ জৰিয়তে ভাৰতে পাক্ অধিকৃত কাশ্মীৰ তথা গিলগিট বালুগিস্তান পুনৰুদ্ধাৰ কৰিব পাৰিলে ৱাখান ক’ৰিডৰৰ লগত যি সংযোগ লাভ কৰিলেহেতেন, সেই সংযোগে আনি দিয়া ৰণকৌশলগত আৰু বাণিজ্যিক সুবিধাই যুদ্ধৰ ক্ষতিপূৰণো কৰাই দিব পাৰিলেহেঁতেন। কিন্তু সেইবোৰ একো নহ’ল।

ভাৰতৰ বাবে বিশেষ একো কৌশলগত লক্ষ্য পূৰণ নোহোৱাকৈয়ে, কোনো লাভ বা ক্ষতিপূৰণ আদায় নোপোৱাকৈয়ে, লজ্জাজনকভাৱে আমেৰিকাৰ হেঁচাত নতি স্বীকাৰ কৰি যুদ্ধবিৰতি ঘোষণা কৰিলে নতুন দিল্লীয়ে। অথলে গ’ল বহু সৈনিক আৰু অনা সৈনিক ভাৰতীয়ৰ জীৱনদান। অথলে গ’ল দেশৰ স্বাৰ্থত কৰা অন্য অজস্র ক্ষতিসাধনো। এতিয়া নতুনকৈ সাজু হোৱাৰ বাবে পাকিস্তানে সময় পাব। সময় পাব নতুনকৈ শক্তি আৰু সাহস সঞ্চয় কৰাৰ বাবে। ভাৰতবাসীয়ে এতিয়াৰেপৰা আকৌ উদ্বিগ্নতাৰে সৈতে অপেক্ষা কৰি থাকিব লাগিব পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত ইছলামিক সন্ত্রাসবাদীৰ নিশ্চিত আঘাত বা নৰসংহাৰ নামি অহালৈকে। সমগ্র ঘটনাক্রম মাথোন দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত মোদীয়ে খেলা কৰাৰ নিচিনাহে হ’ল।

একেটা বিবৃতিতে সেনাৰ সভাপতি গৰাকীয়ে আক্ষেপেৰে সৈতে এইটোও কয় যে, ঠিক একেদৰে ১৯৬৫ চনতো পাকিস্তান বিজয় আধাতে সামৰি বৃহৎ শক্তিৰ হেঁচাত যুদ্ধবিৰতি মানি লৈছিল তেতিয়াৰ ভাৰতে। এতিয়াও সেই একেই অৱস্থা। অর্থাৎ বহুতে বহুত ঢাক-ঢোল বজাই থকাৰ নিচিনাকৈ আজিৰ ভাৰত, মোদীৰ ভাৰত কোনো (নতুন ভাৰত) নহয়। এইখন ষাঠী বছৰ পূৰ্বৰ, ১৯৬৫ চনৰ সেই পুৰণি ভাৰতখনেই কটাক্ষ কৰে দিল্লীক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hiondu senanarenda modi
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d