বিষাক্ত চুলাই মদে পুনৰ নুমলীগড়ত প্ৰাণ ল’লে দুজনৰ৷ৰাতুল দাস(৪৯) আৰু জিতুৱা উৰফে জিতু দাস(৩৮)এ কৰুণ মৃত্যুক সাৱটি লোৱাৰ উপৰি দীপৰ ৰাজবংশী আৰু দণ্ডী দাস সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ তদুপৰি, বৰ্তমান কে’বাজনো লোক অসুস্থ হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে৷ আজি ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰে৷ গাঁৱৰ মহিলাসকলে একত্ৰিত হৈ অবৈধ চুলাইৰ ঘাটিসমূহ উচ্ছেদ কৰে৷ এই সময়ছোৱাত কিছু ঠাইত খণ্ডযুদ্ধৰো সূত্ৰপাত হয়৷ইপিনে, ঘটনাৰ বুজ ল’বলৈ উপস্থিত হোৱা গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙক ক্ষোভিত হৈ পৰা মহিলা তথা ৰাইজে ঘেৰাও কৰি বিভিন্ন প্ৰশ্নবানেৰে থকা-সৰকা কৰে৷
বিষাক্ত চুলাই মদে পুনৰ নুমলীগড়ত প্ৰাণ ল’লে দুজনৰ
-
By admin
- Categories: News
- Tags: AssamIllicit Liquor Tragedy
Related Content
Pakistan:পাকিস্তানৰ জুম্মা নামাজৰ সময়ত মাদ্ৰাছাত সন্ত্ৰাসবাদী আক্ৰমণ !
By
publisher
February 28, 2025
China:চীনৰ পাছত এইবাৰ জনসংখ্যাৰ সমস্যাত জাপান
By
publisher
February 28, 2025
National Oceanic and Atmospheric Administration:এইবাৰ ট্রাম্পৰ লক্ষ্য পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন বিভাগ
By
publisher
February 28, 2025
Kumbh Mela 2027: ২০২৭ চনত ক'ত আৰু কেতিয়া অনুষ্ঠিত হ'ব কুম্ভ মেলা ?
By
publisher
February 28, 2025
Karnataka:ইডলিত প্লাষ্টিকৰ ব্যৱহাৰে মতিব পাৰে কৰ্কট ৰোগ ! কঠোৰ পদক্ষেপ কর্নাটক চৰকাৰৰ
By
publisher
February 28, 2025