Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Kumbh Mela 2027: ২০২৭ চনত ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব কুম্ভ মেলা ?

publisher by publisher
February 28, 2025
in India, News
Reading Time: 2 mins read
0
Kumbh Mela 2027: ২০২৭ চনত ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব কুম্ভ মেলা ?
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

Kumbh Mela 2027:

এই বছৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ল মহাকুম্ভ মেলা । যিয়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সহাঁৰি লাভ কৰিছে ।দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তই উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ ত্ৰিবেণী সংগমত আহি উপস্থিত হোৱাৰ লগতে দেশ-বিদেশৰ কমেও ৬৬ কোটি লোকে ত্ৰিবেণী সংগমত স্নান কৰিছে ।

ADVERTISEMENT

১৩ জানুৱাৰীত আৰম্ভ হোৱা ধৰ্মীয় উৎসৱটো ৪৫ দিনৰ অন্তত ২৬ ফেব্ৰুৱাৰীত সমাপ্ত হয়। পুনৰ ১২ বছৰৰ পাছত অনুষ্ঠিত হ’ব এই মহাকুম্ভ। যদিও তিনি বছৰৰ পাছত অনুষ্ঠিত হ’ব কুম্ভ মেলা। ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব কুম্ভ ? নিয়ম অনুসৰি  প্ৰত্যেক তিনি বছৰৰ অন্তত কুম্ভ , ছয় বছৰৰ অন্তত অৰ্ধ কুম্ভ আৰু প্ৰতি ১২ বছৰৰ অন্তত আয়োজিত হয় পূৰ্ণ মহাকুম্ভ ।

প্ৰয়াগৰাজ, হৰিদ্বাৰ, নাছিক আৰু উজ্জয়িনীৰ চাৰিও চহৰৰ ভিতৰতে আয়োজন কৰা হয় এই ধৰ্মীয় অনুষ্ঠান । তথ্য অনুসৰি ২০২৭ চনৰ মহাকুম্ভ মেলা অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা প্ৰায় ৩৮ কিলোমিটাৰ দূৰত ত্ৰিম্বকেশ্বৰত ।

এই চহৰখন ভাৰতৰ দ্বিতীয় দীৰ্ঘতম নদী গোদাৱৰীৰ পাৰত অৱস্থিত। এই ত্ৰিম্বকেশ্বৰ শিৱ মন্দিৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। এতিয়ালৈকে প্ৰকাশিত তথ্য অনুসৰি ২০২৭ চনৰ ১৭ জুলাইৰ পৰা ১৭ আগষ্টলৈ চলিব কুম্ভ মেলা।

উল্লেখ্য যে ,মহাসমাৰোহৰ এই ধৰ্মীয় উৎসৱ আয়োজনৰ বাবে আগ্ৰহী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ। ‘NASSCOM Technology and Leadership Forum 2025’- ৰ এটা অনুষ্ঠানত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । নাছিক কুম্ভ মেলাৰ বাবে ইতিমধ্যে অত্যাধুনিক প্ৰযুক্তিক একত্ৰিত কৰাৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছে । যিসকলে পবিত্ৰ পানীত স্নান কৰিব নোৱাৰে তেওঁলোকক প্ৰযুক্তিৰ জৰিয়তে ইয়াৰ মহানতা অনুভৱ কৰিব পাৰিব ।

এই বছৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘ডিজিটেল মহাকুম্ভ’ৰ সপোন পূৰণ কৰিছে। তেওঁৰ সপোন সাৰ্থক কৰি ৰাজ্যৰ নতুন প্ৰতিষ্ঠিত ৭৬তম জিলা ‘মহাকুম্ভ নগৰ’ত অভিলেখ সময়ত যোগীয়ে সকলো নাগৰিকক পৰিসেৱা প্ৰদান কৰিছে । তেওঁ মেলাখন আয়োজন কৰিবলৈ ডিজিটেল প্ৰযুক্তিৰো ব্যাপক ব্যৱহাৰ কৰিছে । যোগী চৰকাৰৰ তৰফৰ পৰা তৈয়াৰ কৰা হৈছে ‘মহাকুম্ভ লেণ্ড এণ্ড ফেছিলিটি এলোকেছন ‘ এ’প।

যিটো এ’পট এটা ক্লিকতেই পোৱা গৈছিল তীৰ্থযাত্ৰীসকলৰ প্ৰয়োজনীয় যাৱতীয় তথ্য। ইয়াৰ উপৰিও প্ৰয়াগৰাজত গংগা, যমুনা আৰু সৰস্বতীৰ সঙ্গমস্থলত তীৰ্থযাত্ৰীসকলৰ বাবে তৈয়াৰ কৰা হৈছিল এখন অস্থায়ী নগৰ। ১৫ বৰ্গমাইল এলেকাত নিৰ্মিত অস্থায়ী চহৰখনৰ আয়তন নিউয়ৰ্ক চহৰৰ মানহাটান বৰোৰ দুই তৃতীয়াংশ। ফলত নাছিক কুম্ভ মেলা ২০২৭ লৈ ভক্তসকলে আগ্ৰহেৰে বাট চাই আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm FadnavisKumbh Mela 2027MaharashtraNashik
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d