আগন্তুক লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ চাৰিখন ৰাজ্যত বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হব। আজি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই ঘোষণা কৰা অনুসৰি অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা আৰু চিকিমত লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব।
ADVERTISEMENT





























