লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলবত হোৱাৰ পাছতো বিভিন্ন স্থানত ৰাজ্য চৰকাৰৰ কেতবোৰ বিভাগত চাকৰি প্ৰাৰ্থীয়ে যোগদান ৰ চেষ্টা চলোৱাৰ তথ্য পোহৰলৈ আহিছে।আজি এনে দুটা ঘটনা সংঘটিত হয় ওদালগুৰি আৰু যোৰহাটত।নিৰ্বাচন আচৰণ বিধি বলবত হোৱাৰ পিছ দিনাই ওদালগুৰি ত জলসঞ্চন বিভাগত যোগদান কৰিবলৈ আহি ৫৪ জন প্ৰাৰ্থীয়ে সেটা ওপৰা লগায়।শাখা সহায়ক পদত যোগদান ৰ বাবে অহা এই প্ৰাৰ্থীসকলে সাংবাদিক উপস্থিত হোৱাত পলায়ন কৰে।অভিযোগ অনুসৰি নিৰ্বাচনী আচৰণ বিধি বলবত হোৱাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি বন্ধ হোৱাৰ খবৰ পায়ো বৃহৎ অংকৰ ধনৰ লেন দেনত ‘বেক (ডট ‘ ত এইসকলক নিযুক্তিৰ যো জা চলোৱা হৈছে।ঘটনাৰ বিষয়ে অৱগত হৈ বিভাগীয় বিষয়াই চাকৰিত যোগদানৰ বাবে বাধা দিয়াত পৰিবেশ আন দিশে গতি কৰে।ঘটনাৰ খবৰ বিয়পি পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।ইয়াৰ উমান পাই ঘটনাস্থ লীত কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ যোগদান প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে।
নিৰ্বাচনী আচৰণ বিধি বলবতৰ পাছতো নিযুক্তিক লৈ হেতা ওপৰা
-
By admin

ADVERTISEMENT
- Categories: News
- Tags: AssamLoksabha Election
Related Content
মানুহে ভোট দিব নৰেন্দ্ৰ মোদী, ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক: মন্ত্ৰী পীযুষ হাজৰীকা
By
publisher
April 21, 2025
চত্তীশগড়ত আই ই ডি বিস্ফোৰণত শ্বহীদ জোৱান !
By
publisher
April 21, 2025
এতিয়াৰ পৰা প্ৰতিমাহে নিবনুৱাৰ পৰিসংখ্যা প্ৰকাশ কৰিব কেন্দ্ৰই
By
publisher
April 21, 2025
পোপ ফ্ৰান্সিছৰ মৃত্যুত শোক প্ৰকাশ মোডীৰ
By
publisher
April 21, 2025
চীনত স্থাপন কৰা হৈছে বিশ্বৰ প্ৰথমটো সোণৰ এটিএম
By
publisher
April 21, 2025
ইষ্টাৰৰ পিছদিনা পোপ ফ্ৰান্সিছৰ দেহাৱসান
By
publisher
April 21, 2025