Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

    ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

    Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

    পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

    পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানুহে ভোট দিব নৰেন্দ্ৰ মোদী, ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক: মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
April 21, 2025
in Assam, News
Reading Time: 1 min read
0
মানুহে ভোট দিব নৰেন্দ্ৰ মোদী, ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক: মন্ত্ৰী পীযুষ হাজৰীকা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

পঞ্চায়ত নিৰ্বাচনৰ মাজতে মাজুলীত বিজেপি নেতাৰ পদত্যাগ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

নলবাৰী সমষ্টিৰ সাহানবিষ্টুপুৰত এটি পথৰ বাবে ৰাইজৰ হাহাকাৰ

Panchayat elections:

ADVERTISEMENT

পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে বিপুল সংখ্যক আসন লাভ কৰিব। মানুহে ভোট দিব নৰেন্দ্ৰ মোদী, ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

অসমৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাম মাধ্যম এএনআইৰ আগত এই মন্তব্য কৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কয়, ‘মই বিশ্বাস কৰো যে বিজেপিয়ে বিপুল সংখ্যক আসন লাভ কৰিব। অসমৰ ৰাইজে কংগ্ৰেছক ভোট দিব বুলি মই নাভাবো। কিয়নো আমাৰ চৰকাৰে বহুত কাম কৰিছে। নৰেন্দ্ৰ মোদীয়ে দেশৰ বাবে বহুত কাম কৰিছে।

বিজেপিয়ে দেশ আৰু ৰাজ্যৰ বাবে বহু কাম কৰিছে। যাৰ বাবে জনসাধাৰণ বহুত সুখী। এতিয়া ৰাস্তা-ঘাটৰ অৱস্থা বহুত ভাল হৈছে, আমি ডেৰ লাখ নিৱনুৱাক চাকৰি দিছো, য’ত এটাও দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা নাই। সেয়ে ৰাইজে বিজেপিক ভোট দিব।

বিৰোধীৰ স্থিতি সন্দৰ্ভত সাংবাদিকে জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত কোনো শক্তিশালী বিৰোধী নাই। কংগ্ৰেছৰ বিধ্বস্ত হৈছে। আনহাতে, অহা আঠ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ এশ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এয়া আমাৰ বাবে আনন্দৰ কথা, গৌৰৱৰ বিষয়।

ইপিনে, মন্ত্ৰীগৰাকীয়ে আজি পুৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ‘পঞ্চায়ত নিৰ্বাচন প্ৰবন্ধন কাৰ্যালয়-২০২৫’ মুকলি অনুষ্ঠানত উপস্থিত থাকে।

পঞ্চায়ত নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বিষয়াসকলৰ স’তে মন্ত্ৰীগৰাকীয়ে এক বৈঠকত মিলিত হৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে। উল্লেখ্য যে গাঁও অঞ্চলৰ উন্নয়ন তথা বিকাশৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ যথেষ্ট ভূমিকা আছে।

সমাগত পঞ্চায়ত নিৰ্বাচন সুকলমে তথা সফলতাৰে পৰিচালনা কৰাৰ লক্ষ্যৰে তথা ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় সুনিশ্চিত কৰাৰ বাবে দলে গুৰুত্বসহকাৰে পদক্ষেপ গ্ৰহণ কৰি আছে।

আজি এই উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ‘পঞ্চায়ত নিৰ্বাচন প্ৰবন্ধন কাৰ্যালয়-২০২৫’ মুকলি কৰা হয়।

আজিৰ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে বিজেপি অসম প্ৰদেশৰ প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, উপ-সভাপতি অশোক ভট্টৰায়সহ বহুকেইগৰাকী কাৰ্যকৰ্তা উপস্থিত থাকে।

ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে হাজোত উপস্থিত হয়। কিছুদিন পূৰ্বে মৃত্যু ঘটা হাজোৰ ন-কুছি অঞ্চলৰ বিশিষ্ট ব্যক্তি, ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জয়কান্ত শৰ্মাৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকস্তব্ধ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে।

ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে বিয়লি পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। পঞ্চায়ত নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাটো অতিকৈ আনন্দৰ বিষয় বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।

এয়া বিজেপি চৰকাৰখনৰ প্ৰতি থকা জনতাৰ অসীম আস্থা আৰু বিশ্বাসৰ প্ৰতিফলন বুলি তেওঁ মন্তব্য কৰে। অহা দুই আৰু সাত মে’ত হ’বলগীয়া নিৰ্বাচনত বিজেপিয়ে ইতিমধ্যে ৩১ টা জিলা পৰিষদৰ সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।

আনহাতে, বিজেপিয়ে ২৫৯ টা সমষ্টিত আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰাৰ লগতে মিত্ৰ দল অগপই দুটা জিলা পৰিষদত আৰু আঞ্চলিক পঞ্চায়তৰ ২৯ টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে আমি ইতিমধ্যে অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ এই নিৰ্বাচনত যথেষ্ট অগ্ৰগতি লাভ কৰিছো।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি অসমৰ ৰাইজৰ যথেষ্ট মৰম, শ্ৰদ্ধা, সন্মান আছে বুলি আশা ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ১১ টা বছৰত নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে যি কাম কৰিছে কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তেনে কাম কৰা পৰিলক্ষিত হোৱা নাছিল। ৭০ দিনতকৈ অধিক দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত কটাই ইতিমধ্যে অভিলেখ সৃষ্টি কৰা বুলি উল্লেখ কৰি এই অভিলেখক কোনোবাই ভংগ কৰিব পাৰিব বুলি তেওঁৰ সন্দেহ হয় বুলি উল্লেখ কৰে।

এইবিলাক কাৰণতে নৰেন্দ্ৰ মোদী বা বিজেপি দল বা বিজেপিৰ মিত্ৰজোঁটক অসমৰ ৰাইজে মৰম কৰে বুলি তেওঁ উল্লেখ কৰে। ড০ হিমন্ত বিশ্ব শৰ্মাই দিনে ৰাতি অসমখনৰ উন্নতিৰ হকে কাম কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে বুলি তেওঁ সংবাদমেত মন্তব্য কৰে। অসমত চাকৰিৰ ক্ষেত্ৰততেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক দুৰ্নীতি নাইকিয়া কৰা বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে দাবী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Panchayat Elections
publisher

publisher

Related Posts

আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান
Assam

September 8, 2026
Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড
Assam

Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

September 7, 2026
পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d