মোদী শাড়ীৰ পিছতে এইবাৰ মোদী টি-ছাৰ্ট । শিলপুখুৰী এখন বিপনীত উপলব্ধ মোদীৰ এই টি-ছাৰ্ট । বিক্ৰেতাই জনালে, ‘ কালিৰ পৰা ভাল বিক্ৰী হৈছে।’ প্ৰটিতো টি-ছাৰ্টত 150 টকাকৈ বিক্ৰী কৰা হৈছে । গ্ৰাহকে কলে, ‘ এইবাৰ কিছু ব্যতিক্ৰমী টি -ছাৰ্ট আহিছে, ভাল লাগিছে’।
জনপ্ৰিয় হৈছে মোদী টি ছাৰ্ট
-
By admin
- Categories: News, Politics
- Tags: Loksabha ElectionNarendra Modi
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025